Friday, June 4, 2021

Instructions for Students on how to appear Open Text Book Examination

 

 গুৰুত্বপূর্ণ নির্দেশিকা

 

  1. পৰীক্ষার্থী সকলে নিজৰ স্মার্টফোন্ অথবা কম্পিউটাৰতউপযুক্ত এপচ (apps) ব্যৱহাৰ কৰাটো অনিবার্য্যএই বিষয়ে আমাৰ নির্দেশিকা ইয়াত চাব পাৰে৷   
  2. এইটো অতি গুৰুত্বপূর্ণ যে, পৰীক্ষার্থী সকলে যেন নিজৰ উত্তৰ বহীৰ ফটোগ্রাফ লৈ তাক আকৌ স্কেন নকৰেএনে কৰিলে ফাইলৰ আকাৰ নিৰ্ধাৰিত কৰি দিয়া 5.0 MB তকৈ বহু বেছি 'পাৰে৷ ইয়াৰ বিপৰীতে পৰীক্ষার্থী সকলে উত্তৰ লিখা পৃষ্ঠাবােৰক পােনপটীয়াকৈ এপ যােগে স্কে কৰা উচিত৷ 
  3.  স্কেন্ কৰোঁতে সদায়েই পৃষ্ঠাখন 'লা-বগা (Black White) কৈ স্কেন কৰা উচিত, কাৰণ ৰঙীন স্কেন আকাৰ নিশ্চয়কৈ বেছি হয়।      

 

পৰীক্ষা প্রক্রিয়া, এই OTBE সন্দৰ্ভত, এজন পৰীক্ষার্থীয়ে মানিব লগীয়া নিয়মখিনি তলত দিয়া হৈছেএই প্রক্রিয়াত প্রয়ােজন হােৱা ওৱে চাইট তৰ বিস্তৃত বিবৰণ আৰু অনান্য তথ্য যথাসময়ত প্ৰকাশ কৰা '। OTB পৰীক্ষা অনুস্থিত হােৱাৰ আগতে  

  1. সকলাে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ মােবাইল নাম্বাৰ, বিশ্ববিদ্যালয়ৰ IUMS ব্যৱস্থা প্রণালীৰ জৰীয়তে অন্তর্ভুক্ত কৰিব লাগিব।  
  2.  ছাত্ৰ-ছাত্ৰী সকলে, অনুশীলনৰ কাৰণে মুকলি কৰি দিয়া ওৱে চাইট ত ভাগলােৱাটো বাঞ্ছনীয়

 

OT OTBE-2021 লক্ষ্যনীয় দিশসমূহ,

 

  1. এই OTB পৰীক্ষা অনলাইন্ মাধ্যমেৰে ' 
  2. এই পৰীক্ষাৰ সন্দৰ্ভত সর্বসাধাৰণতে হােৱাৰ নিচিনাকৈ কোনাে ধৰণৰ কায়িক (physical or offline) কীৰ্য্যাৱলী নাথাকিবপ্রশ্নকাকত ডাউনলােড় কৰাৰ পৰা পৰীক্ষাবহী আপলােড় কৰালৈকে পৰীক্ষাৰ সকলাে প্রক্রিয়া মাত্র অনলাইন্ মাধ্যমতে ' 
  3. সকলাে পৰীক্ষা প্রার্থীয়ে, লাগতীয় সকলাে সা-সর্জুলি যেনে কম্পিউটাৰ, স্মার্ট ফো ইত্যাদি নিজেই নিজৰ কাৰণে আগতীয়াকৈ যােগাৰ কৰি 'কাগিবসকলাে প্রার্থীয়ে, ইন্টাৰনেট ডাটা পেক আৰু যাৱতীয় ইন্টাৰনেট সংযােগৰ কাৰণে লগী সুবিধাসমূহ নিজে নিজে যােগাৰ কৰিব লাগিব যাতে, এই অনলাইন্ OTB পৰীক্ষাত, তেওঁলােকে কোনােধৰণৰ অসুবিঘাৰ সন্মুখীননােহােৱাকৈ সুকলমে অৱতীৰ্ণ 'পাৰেএইটো অতি গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা যে, গুৱাহাটী বিশ্ববিদ্যালয়ে, এই সন্দৰ্ভত কোনাে ধৰণৰ অভিযােগ গ্রহণ নকৰিব। 
  4. বিশ্ববিদ্যালয়ে, এই গােটেই প্রক্রিয়াটোক ছাত্র-ছাত্রীৰ মাজত, আগতীয়াকৈ অনুশীলনৰ কাৰণে মুকলি কৰি দিব। প্রশ্নকাকত ডাউনলােড় প্ৰতিটো OTB পৰীক্ষাৰ কাৰণে, প্রশ্নকাকতখন, পৰীক্ষা আৰম্ভ হােৱাৰ 30 মিনিট আগতে ডাউনলােড়ৰ কাৰণে উপলব্ধ 'ব৷ 

     

     

     উত্তৰ বহী আপলােড় 

    1. পৰীক্ষার্থী সকলে পৰীক্ষা আৰম্ভ হােৱাৰ 30 মিনিটৰ পাছৰ পৰা পৰীক্ষা শেষহােৱাৰ এঘন্টা পাছলৈকে, উত্তৰ বহী আপলােড় কৰিব পাৰিব৷  
     

উদাহৰণস্বৰূপে, যদি পৰীক্ষাৰ সময়সীমা 09:00 বজাৰ পৰা 12:00 বজালৈকে হয়, তেন্তে প্রশ্নকাকতখন08:00 বজাত ডাউনলােডৰ কাৰণে উপলব্ধ 'ব৷ আৰু পৰীক্ষাৰ উত্তৰ বহী, পৰীক্ষার্থী সকলে, 09:30 বজাৰ পৰা 13:00 বজালৈকে আপলােড কৰিব পাৰিব। 

 

OTB পৰীক্ষা অনুস্থিত হোৱাৰ দিনা 

  1. প্ৰতিজন ছাত্র-ছাত্রীয়ে পৰীক্ষাৰ দিনা পৰীক্ষাৰ ওরে চাইট নিজৰ নিজৰ তথ্যৰ যােগেদি লগ-ইন্ (login) কৰিব লাগিব 
  2. প্রতিজন পৰীক্ষার্থীয়ে প্রশ্নকাকতখন নিজৰ নিজৰ কম্পিউটাৰ বা স্মার্টফোনলৈ ডাউনলােড় কৰিব লাগিব 
  3. প্রতিজন পৰীক্ষার্থীয়ে, পৰীক্ষাৰ উত্তৰ, নিজৰ হাতেৰে, বগী A4 (এফ') আকৰৰ কাগজত লিখিব লাগিব (সবিশেষ জানিবলৈ পৃষ্ঠা চাক)পৰীক্ষার্থী সকলে, আপলােড কৰিবলগীয়া উত্তৰ বহীৰ, সর্বোচ্চ। ফাইল আকাৰৰ (file size) প্রতিও মন দিয়া উচিত 
  4.  পৰীক্ষার্থী সকলে তেওঁলােকৰ উত্তৰ বহীৰ পৃষ্ঠাবােৰক স্কেন্ (scan) কৰি এটা মাত্র PDF (পর্টেবা ডকুমেন্ট ফমাট) ফাইললৈ পৰিবর্তিত কৰিব লাগিব (কেনকৈ কৰিব, তাৰ কাৰণে তলত চাওক) 
  5. পৰীক্ষাৰ অন্তত, তেওঁলােকে তৈয়াৰ কৰা PDF ফাইল(টাক, পৰীক্ষাৰ ওৱেব চাইট আপলােড কৰিব লাগিব উত্তৰ বহী আপলােড় কৰাৰ সুবিধা, পৰীক্ষা আৰম্ভ হোৱাৰ আধাঘন্টাৰ পাছৰ পৰা পৰীক্ষা শেষহােৱাৰ এঘন্টাৰ পাছলৈকে উপলব্ধ '। 

 

 

No comments:

Post a Comment